মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Social Justice and Empowerment Directorate of Social Justice and Empowerment

বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে আঁচনিৰ তালিকা(অসম চৰকাৰ আৰু ভাৰত চৰকাৰ)

বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে আঁচনিৰ তালিকা

সমাজ কল্যাণ বিভাগে বয়স্ক নাগৰিকসকলৰ বাবে নিম্নোলিখিত উদ্যোগসমূহ হাতত লৈছে :

  • অসম ৰাজ্যিক জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ
  • বয়স্ক ব্যক্তিৰ বাবে স্বাস্থ্য ব্যৱস্থা।
  • বৃদ্ধাশ্ৰম
  • বৃদ্ধাশ্ৰম চলাবৰ বাবে আত্মসহায়ক গোটলৈ আৰ্থিক সহায় প্ৰদান।
  • বৃদ্ধ সকলৰ বাবে সংহত আচঁনি: অধিক জানিবৰ বাবে এই লিংকত ক্লিক কৰক।