মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Social Justice and Empowerment Directorate of Social Justice and Empowerment

বিশেষভাৱে অক্ষম ব্যক্তিৰ বাবে আচঁনিৰ তালিকা (অসম চৰকাৰ আৰু ভাৰত চৰকাৰ)

বিশেষভাৱে অক্ষম ব্যক্তিৰ বাবে আচঁনিৰ তালিকা

  • জিলা বিকলাংগতা পুনৰ্বাস কেন্দ্ৰ (DDRC)
  • জাতীয় বৃত্তি
  • বিশেষভাৱে অক্ষম ব্যক্তিৰ বাবে কৰ্মহীন ভাট্টা
  • পুনৰ্বাসন অনুমোদন
  • প্ৰতিবন্ধী শিশুৰ পৰিয়ালৰ বাবে আৰ্থিক সহায়
  • বিশেষভাৱে অক্ষম কৰ্মচাৰী তথা বিশেষভাৱে অক্ষম মাতৃৰ বাবে আৰ্থিক সহায় প্ৰদান
  • বিকলাংগ শিশুৰ বাবে বিশেষ বিদ্যালয়:চৰকাৰী বিদিএচ কলা-বোবা বিদ্যালয়, কাহিলীপাৰা,গুৱাহাটী; যোৰহাট অন্ধ প্ৰতিষ্ঠান,যোৰহাট;কলা মানুহৰ বাবে বিদ্যালয়,যোৰহাট;শ্ৰীমন্ত শংকৰ মিশ্বন,বঢ়মপুৰ, নগাঁও, অসম শিশু বিদ্যালয়,বিহপুৰীয়া, লক্ষীমপুৰ, জনমংগল অন্ধ আদৰ্শ বিদ্যালয়,মৰাণহাট আৰু অন্ধ কল্যাণ সমাজ,গুৱাহাটী।
  • মানসিকভাৱে অসুস্থ ব্যক্তিৰ তদাৰকৰ বাবে ১৫ টা আত্ম-সহায়ক গোটক অনুমোদন প্ৰদান।
  • ব্ৰেইলী প্ৰেছ,গুৱাহাটী
  • সংযুক্ত পুনৰ্বাসন কেন্দ্ৰ