মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Social Justice and Empowerment Directorate of Social Justice and Empowerment

সচেতনতা আৰু বিকলাংগতা কেম্প

সচেতনতা আৰু বিকলাংগতা কেম্প

  • এই আচঁনিৰ অধীনত কামৰূপ (ম), কামৰূপ, গোৱালপাৰা, দৰঙ, নগাঁও আৰু মৰিগাওঁক ৮ দিনীয়া শিবিৰৰ বাবে নিৰ্বাচন কৰি লোৱা হৈছে।
  • ALIMCO ৰ দ্বাৰা ৯৮৪ জন বিশেষভাৱে অক্ষম ব্যক্তিক ট্ৰাইচাইকেল, হুইলচেয়াৰ, ৱাকিংষ্টিক, ক্ৰাটচ্ আৰু শ্ৰৱণ-সাধন আদি প্ৰদান কৰা হৈছে।
  • ভগৱান মহাবীৰ বিকলাংগ সেৱা সমিতিৰ সৌজন্যত জয়পুৰস্থিত সমাজ কল্যাণ বিভাগে ৩৩৪ গৰাকী বিকলাংগ ব্যক্তিক স্থায়ী কৃত্ৰিম যন্ত্ৰ প্ৰদান কৰে।
  • তদুপৰি, ২০১৭ বৰ্ষৰ আগষ্ট মাহলৈকে অৱশিষ্ট জিলা সমূহক পৰ্যায় ক্ৰমে অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে।